Edition 0
Copyright © 2009 Red Hat, Inc.
Mono-spaced Bold
আপোনাৰ বৰ্ত্তমানৰ পঞ্জিকাতmy_next_bestselling_novelৰ বিষয়বস্তু চাবলৈ, শ্বেল প্ৰ'মপ্টতcat my_next_bestselling_novelলিখকআৰু আদেশ চলাবলৈ Enter টিপক ।
আদেশ চলাবলৈ Enter টিপক ।প্ৰথম বাৰ্চুৱেল টাৰ্মিনেললৈ যাবলৈ Ctrl+Alt+F1 টিপক । আপোনাৰ X-Windows অধিবেশনলৈ যাবলৈ Ctrl+Alt+F7 টিপক ।
Mono-spaced Bold ত । যেনে:
নথিপত্ৰ-সম্বন্ধীয় classes তfilesystemনথিপত্ৰপ্ৰণালী ৰ বাবে,fileনথিপত্ৰৰ বাবে, আৰুdirপঞ্জিকাৰ বাবে । প্ৰত্যেক class ৰ নিজৰ আজ্ঞাৰ গোট থাকে ।
নিৰ্ব্বাচন কৰক মূখ্য তালিকাৰ বাৰৰ পৰা মাউছৰ পছন্দ আৰম্ভ কৰিবলৈ । বুটাম টেবত, Left-handed mouse ছেক বাকছ টিপক আৰু টিপক মূখ্য মাউছ বুটামক বাওঁৰ পৰা সোঁ-ফাললৈসলনি কৰিবলৈ (বাওঁ হাতেৰে মাউছৰ ব্যৱহাৰ কৰা সুবিধা জনক কৰিবলৈ) ।এটা বিশেষ আখৰ এটা gedit নথিপত্ৰ ভৰাবলৈ, মূখ্য তালিকাৰ বাৰৰ পৰা নিৰ্ব্বাচন কৰক । ইয়াৰ পিছত, choose কেৰেক্টাৰ মেপ মেনু বাৰৰ পৰা নিৰ্ব্বাচন কৰক, Search ক্ষেত্ৰত আখৰৰ নাম লিখকআৰু টিপক । কেৰেক্টাৰ টেবুল ত আপুনি বিচৰা আখৰক আলোকপাত কৰা হ'ব ।নকল কৰিব লগা লিপি ক্ষেত্ৰত এই আখৰ ৰাখিবলৈ আলোকপাত কৰা এই আখৰক ডাবুল-ক্লিক কৰকআৰু তাৰ পিছত বুটাম টিপক । এতিয়া আপোনাৰ আলেখ্যনলৈ ওভতি আহক আৰু নিৰ্ব্বাচন কৰক gedit তালিকা বাৰৰ পৰা ।
Mono-spaced Bold Italic বা Proportional Bold Italic
দূৰৰ যন্ত্ৰত ssh ব্যৱহাৰ কৰি সংযোগ কৰিবলৈ, শ্বেল প্ৰমপ্টতsshলিখক । দূৰৰ যন্ত্ৰusername@domain.nameexample.comহ'লেল আৰু তাত আপোনাৰ ব্যৱহাৰকৰোঁতাৰ নাম john হ'লে ,ssh john@example.comলিখক ।mount -o remountআদেশে নাম দিয়া নথিপত্ৰৰপ্ৰণালী পুনঃ তুলি লয় । যেনে,file-system/homeনথিপত্ৰৰপ্ৰণালী পুনঃ তুলিবলৈ, আদেশ হ'লmount -o remount /home।বৰ্ত্তমানে সংস্থাপিত সৰঞ্জামৰ সংস্কৰণ চাবলৈ,rpm -qআদেশ ব্যৱহাৰ কৰক । ইয়াৰ ফলাফল এনেধৰণৰ হ'ব:package।package-version-release
Apache HTTP সেৱকে অনুৰোধ গ্ৰহণ কৰিলে, সি child processes বা threads প্ৰেৰণ কৰে সিহঁতক নিয়ন্ত্ৰণ কৰিবলৈ । এই child processes বা threads ৰ সমষ্টিক server-pool বুলি কোৱা হয় । Apache HTTP Server 2.0 ত, এই server-pools ৰ সৃষ্টি কৰা আৰু ৰক্ষণাবেক্ষণৰ দায়িত্ব Multi-Processing Modules নামৰ এটা সমষ্টিৰ (MPMs) । অন্য অংশৰ বিপৰিতে, Apache HTTP Server এ MPM সমষ্টিৰ অকল এটা অংশহে তুলি ল'ব পাৰে ।
Mono-spaced Roman ত নিৰ্ধাৰিত কৰা হয় আৰু এনেধৰণে দেখুওৱা হয়:
books Desktop documentation drafts mss photos stuff svn books_tests Desktop1 downloads images notes scripts svgs
Mono-spaced Roman ত নিৰ্ধাৰিত কৰা হয় কিন্তু এনে ধৰণে দেখুৱা আৰু আলোকপাত কৰা হয়:
package org.jboss.book.jca.ex1;
import javax.naming.InitialContext;
public class ExClient
{
public static void main(String args[])
throws Exception
{
InitialContext iniCtx = new InitialContext();
Object ref = iniCtx.lookup("EchoBean");
EchoHome home = (EchoHome) ref;
Echo echo = home.create();
System.out.println("Created Echo");
System.out.println("Echo.echo('Hello') = " + echo.echo("Hello"));
}
}